আজি 14 জুন বিশ্ব ৰক্তদাতা দিৱস : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইটো ৰক্তদান দিৱস আয়োজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইটো এই ৰক্তদান দিৱস আয়োজন কৰা হয়।হোজাই গীতাশ্ৰমত উদযাপন কৰা হয় এই দিৱস।

নেচনেল মেডিক’জ অৰ্গেনাইজেচন আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ হেডগেৱাৰ স্মাৰক সমিতি,গুৱাহাটীৰ উদ্যোগত এই ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয়।

হোজাইৰ বিধায়ক ৰামকৃষ্ণ গোষ প্ৰমুখ্যে উক্ত সংস্থাটোৰ বিষয় ববীয়া লগতে চিকিত্সক আৰু ৰক্ত দানৰ লগত জড়িত লোক সকল উপস্থিত থাকে।

এই ৰক্তদান দিৱসত প্ৰায় 20 গৰাকী ব্যক্তিয়ে ৰক্ত দান কৰে।

Related Articles