ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট স্কাইৰুট এৰোস্পেছৰ বিক্ৰম-১ উৎক্ষেপণ

আজি উৎক্ষেপণ হ’ব ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট স্কাইৰুট এৰোস্পেছৰ বিক্ৰম-১।

শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা কৰা হ’ব উৎক্ষেপণ।

পুৱা ১১:৩০ বজাত উৎক্ষেপণ হ’ব ৰকেটটো।

Related Articles