অসমকে ধৰি ভাৰতবৰ্ষৰ কেবাখনো ৰাজ্যত ক’ৰনা মহামাৰীয়ে সংসাৰী ৰুপ ধাৰণ কৰিছে ৷ ইতিমধ্যে হেজাৰ হেজাৰ লোক মৃত্যুৰ মুখত পৰিছে ৷ ক’ৰনা দ্বতীয় লহৰৰ পিছত সংকেত আহিছে তৃতীয় লহৰৰ ৷ মাজেতে পৰিস্থিতি কিছু স্বাভাৱিক হৈছিল যদিও এতিয়া মিনি লকডাউনে পৰিবেশৰ অস্বাভাৱিক হৈ পৰিছে ৷ ভাৰতৰ এনে পৰিবেশৰ বাবে সীমান্তত ৰাষ্ট্ৰ ভুটানে বন্ধ কৰি থৈছে ভুটানৰ প্ৰবেশ দ্বাৰা ৷প্ৰবেশ দ্বাৰত কঠোৰ নিৰাপত্তা ৷ভাৰত পৰা ভুটানলৈ যোৱা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰতো কঠোৰ নিয়ম অৱলম্বন কৰিছে ভুটান চৰকাৰে৷আনহাতে ভুটানলৈ যোৱা সামগ্ৰীৰ বাবে প্ৰবেশ দ্বাৰত ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিব লগা হয় ভটান চৰকাৰৰ অনুমতিৰ বাবে ৷ কেতিয়াবা বিনা অনুমতি ঘুৰি যাব লগাও হয় বহুত গাড়ী৷ কেতিয়াবা অনুমতি পালেও সম্পূৰ্ণ গাড়ী সহ চালক প্ৰবেশ পথতে চেনিটাইজাৰ কৰিহে যাবলৈ দিয়ে ভুটান পুলিচে ৷ আনহাতে ভাৰতৰ পৰা যোৱা সামগ্ৰী কঢ়িয়াই নিয়া গাড়ীসমুহে কোনো কাৰনতে খুলিব নোৱাৰিব গাড়ীৰ খিৰিকী৷বন্ধ খিৰিকীৰে পাব লাগিব গন্তব্য স্থান৷ চালক সহ দুজনৰ মাত্ৰ গাড়ীত যোৱাৰ অনুমতি ৷অতি অত্যাৱশ্যকীয় সাগ্ৰীৰ বাহিৰে বেলেগ গাড়ী প্ৰবেশত অনুমতি নাই ৷ ভুটানৰ প্ৰবেশদ্বাৰাত কোনো ভাৰতীয় মানুহ থিয় হলে ভুটান পুলিচৰ অশ্ৰাব্য গালি গালজ ভাহি অহাও পৰিলক্ষিত হয় ৷ আনহাতে ভুটান চিমেন্টে ভাৰতীয় বজাৰ দখল কৰিবলৈ সক্ষম হোৱা ভুটান চিমেণ্টৰ উৎপাদন বৰ্তমান কমি আহিছে ৷ভুটানত চিমেণ্ট উদ্যোগ কাম কৰা অধিকাংশ শ্ৰমিক ভাৰতীয়৷ এতিয়া ভুটানত প্ৰবেশৰ অনুমতি নাই বাবে শ্ৰমিকৰ অভাৱত তীব্ৰ হাৰত কমিছে উৎপাদন৷ উল্লেখ্য যে ভুটান চৰকাৰৰ এই কঠোৰ নীতি নিয়মৰ বাবে ক’ৰনামহামাৰীৰ কবলৰ পৰা মুক্ত হৈ চলিব পাৰিছে৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…