সোনম ৱাংচুকৰ ছবি অঁকা দুই যুৱকক আটক মহানগৰ আৰক্ষীৰ।
অনুমতি অবিহনে দেৱালত আঁকিছিল ৱাংচুকৰ ছবি।
ৱাংচুকৰ ছবি জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰৰ সমীপত দুই যুৱকে অকংন কৰিছিল।
ছবি অঁকা দুই যুৱকক আটক দিছপুৰ আৰক্ষীৰ।
ৰাজহুৱা স্থানত ছবি অঁকাৰ বাবে ল’ব লাগে প্ৰশাসনৰ অনুমতি।

