সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল কাকপথাৰ প্ৰাঞ্জনা গগৈ, চাৰা ইয়াছ্মিন

সৰ্বভাৰতীয় NEET পৰীক্ষাত উজলিল কাকপথাৰৰ দুগৰাকী যুৱতী।

চাৰা ইয়াছ্মিন আৰু প্ৰাঞ্জনা গগৈ নামৰ দুগৰাকী যুৱতীয়ে সৰ্বভাৰতীয় NEET পৰীক্ষাত উৰ্ত্তীণ হৈ অঞ্চলটৌলৈ গৌৰৱ কঢ়িয়াই আনে।

৫৬৬ নম্বৰ লাভ কৰে চাৰা ইয়াছ্মিনে।

আনহাতে ৫১৯ নম্বৰ লাভ কৰি কাকপথালৈ গৌৰৱ কঢ়িয়াই আনিলে প্ৰাঞ্জনাই।

কাকপথাৰ পৱিত্ৰ গগৈ আৰু পুষ্পা গগৈৰ কন্যা প্ৰাঞ্জনা গগৈ৷

Related Articles