নাজিৰা-লাকুৱাৰ অভয়াপুৰীয়াত একেটা পৰিয়ালৰ ৪ জন বানত উটি গ’লঃ ৩ জনৰ মৃতদেহ উদ্ধাৰ মাতৃ এতিয়াও সন্ধানহীন

নাজিৰা-লাকুৱাৰ অভয়াপুৰীয়াত বানৰ কৰাল গ্ৰাস। একেটা পৰিয়ালৰ ৪ জন বানত উটি গ’ল, ৩ জনৰ মৃতদেহ উদ্ধাৰ
মাতৃ এতিয়াও সন্ধানহীন। লাকুৱাত হৃদয় বিদাৰক ঘটনা: বানত উটি যোৱা একেটা পৰিয়ালৰ ৩ জনৰ মৃতদেহ উদ্ধাৰ।

লাকুৱাৰ অভয়পুৰীয়া গাঁৱত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। বান পানীত উটি যোৱা একেটা পৰিয়ালৰ চাৰি জনৰ ভিতৰত তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা মৃতদেহ কেইটা বিদিশা দুৱৰা, বিপ্লৱ দুৱৰা আৰু বিদ্যুৎ দুৱৰাৰ বুলি চিনাক্ত কৰা হৈছে।

পৰিয়ালৰ মাতৃ টুটুমণি দুৱৰা এতিয়াও সন্ধানহীন হৈ আছে। এই কৰুণ ঘটনাই সমগ্ৰ অভয়পুৰীয়া অঞ্চলত শোকৰ ছাঁ পেলাইছে।

Related Articles