অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় মন্ত্রী অমিত শ্বাহেঃ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি দল আহিব অসমলৈ

বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ অসমলৈ আহিব কেন্দ্ৰৰ প্ৰতিনিধি দল।

মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তাত জনালে গৃহমন্ত্ৰী অমিত শ্বাহে।

অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে।

মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনিক বার্তালাপ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।

বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি দল আহিব অসমলৈ।

কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায় সম্পর্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আহিব দলটো।

সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles