হেলিকপ্টাৰেৰে বানাক্ৰান্তক যোগান ধৰা খাদ্য সামগ্ৰীৰ অৱস্থা…

‘আমি গ’ৰু,ছাগলী নেকি,এনেকৈ দিছে যে’! হেলিকপ্টাৰেৰে যোগান ধৰা খাদ্য সামগ্ৰীৰ অৱস্থা চাওক।

খাদ্যৰ টোপোলা হ’লগৈ বোকাৰ টোপোলা। এইদৰে হেলিকপ্টাৰৰে বন্যাৰ্তলৈ খাদ্য যোগান। উজনিত প্ৰলয়ংকাৰী বানত আৱদ্ধ হৈ থকা লোকসকৰ বাবে খাদ্য, বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ এয়া কিছু দৃশ্য।

নাজিৰাত হেলিকপ্টাৰেৰে দিয়া বান সাহাৰ্য্য দেখি হতবাক বানাক্ৰান্ত। বন্যাক্ৰান্তক চৰকাৰৰ হেলিকপ্টাৰে যোগান ধৰা খাদ্যৰ নামত ওলাল বোকা আৰু খালী পানীৰ বটল। খাদ্যৰ টোপোলা হ’লগৈ বোকাৰ টোপোলা। বানৰ পানীত ডুবি নষ্ট হোৱা সাহাৰ্য সামগ্ৰী লাভ কৰি ক্ষোভ প্ৰকাশ বানাক্ৰান্তৰ।

Related Articles