মহানগৰীৰ কৃত্ৰিম বানক লৈ চিন্তিত দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ।
মহানগৰীৰ কৃত্ৰিম বানক লৈ দিছপুৰ সমষ্টিৰ বিধায়কে ক’লে-
‘মেঘালয়ৰ পৰা এইবাৰ বেছি পানী সোমাইছে মহানগৰীলৈ’।
‘মহানগৰীৰ বেদখলকাৰীক উচ্ছেদ কৰিলেহে পৰিস্থিতি স্বাভাৱিক হ’ব’।
‘গুৱাহাটীৰ বানৰ বাবে মেঘালয়ো জগৰীয়া’।
‘গুৱাহাটীৰ বিভিন্ন ঠাইত চলি আছে অবৈধ দখল’।
‘অবৈধ দখলৰ বিৰুদ্ধেও কঠোৰ হ’ব চৰকাৰ’।
‘অবৈধ দখলৰ বাবেও ভয়ংকৰ ৰূপত হৈছে কৃত্ৰিম বান’।
গুৱাহাটীৰ ভয়ংকৰ কৃত্ৰিম বানক লৈ মন্তব্য বিধায়ক প্ৰদ্যুৎ বৰদলৈৰ।

