ডুবাইৰ পৰা উজনি অসমৰ বানাক্ৰান্তলৈ বান সাহাৰ্য ঘোষণা।
উজনিৰ বানাক্ৰান্ত ৰাইজৰ বাবে ১ কোটি টকাৰ সাহাৰ্য ঘোষণা মোস্তাক আনফৰৰ।
ডুবাইৰ পৰা এই ঘোষণা বিশিষ্ট ব্যৱসায়ী তথা ৰাজ্যিক জমিয়তৰ সভাপতি মোস্তাক আনফৰে।
উজনি অসমৰ বানপীড়িত লোকসকলৰ বাবে ১ কোটিৰ সাহায্য পেকেজ ঘোষণা কৰে অসম জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰে।
আনফৰ ফাউণ্ডেচন আৰু জমিয়তৰ উদ্যোগত এই সাহায্য বিতৰণ কৰা হ’ব বুলি সংস্থাটোৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে।

