কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন মীৰাবাই চানুৰ

গ্লাছগ’কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক অৰ্জন মীৰাবাই চানুৰ।

গঢ়িলে দুটাকৈ নতুন বিশ্ব অভিলেখ।

৪৮ কিলোগ্ৰাম শাখাত স্বৰ্ণ পদক লাভ চানুৰ।

৮৫ কেজি ভাৰোত্তোলন কৰি স্বৰ্ণ পদক মীৰাবাঈ চানুৰ।

সকলো প্ৰতিযোগীক পিছ পেলাই মুঠ ১৯০ কিলোগ্ৰাম ওজন তুলি শীৰ্ষস্থান দখল কৰে।

Related Articles