মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ‘ঠেঙ্গাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, অসমৰ ১০ লাখ টকা বান সাহায্য

বানপীড়িত ৰাইজৰ সহায়ৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ‘ঠেঙ্গাল কছাৰী স্বায়ত্তশাসিত পৰিষদ, অসম’ৰ ১০ লাখ টকা বান সাহায্য।

যোৰহাট জিলা আয়ুক্ত জয় শিবানীৰ জৰিয়তে পৰিষদৰ হৈ উপাধ্যক্ষ পুলক কছাৰী, কাৰ্যবাহী সদস্য  বিপুল কছাৰী, শ্যামল কৃষ্ণ বড়া, হৰপ্ৰভা ঠেঙ্গাল, পূৰ্ণ বড়া, সদস্য বন্দিতা শইকীয়া আৰু লক্ষেশ্বৰ হাজৰিকাই ‘চেক’ যোগে আগবঢ়ায় ধনৰাশি।

মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীৰ মানৱীয় পদক্ষেপক আদৰণি বন্যাৰ্তৰ।

Related Articles