গ্লাছগ’ কমনৱেলথ গেমছত আজি লাভলিনাৰ খেল।
বক্সিঙৰ ৭৫ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত নামিব অসমকন্যা লাভলিনা বৰগোঁহাই।
ভালুৰ টাৰ্ণা টাফাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব লাভলীনা বৰগোহাঁই।
বক্সিঙত আৰু ১০ টা পদক নিশ্চিত ভাৰতৰ।
জেভলিন থ্ৰুত স্বৰ্ণৰ লক্ষ্যৰে ট্ৰেকত নামিব নীৰজ চোপ্ৰা।

