ট্ৰেক্টৰত উঠি নাজিৰাৰ নেপালীখুঁটিৰ বান পৰিস্থিতি পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ

নাজিৰাৰ চণ্টকত জে পি নাড্ডা।

চণ্টকত অৱতৰণ জে পি নাড্ডাৰ হেলিকপ্টাৰ।

সেনাৰ হেলিকপ্টাৰেৰে নাজিৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

পোনে পোনে নেপালীখুঁটিলৈ ৰাওনা জে পি নাড্ডা।

শিৱসাগৰৰ বান পৰিস্থিতি পৰিদৰ্শন জে পি নাড্ডাৰ।

জে পি নাড্ডাক সংগ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

টেক্টৰত উঠি বানপীড়িত অঞ্চল পৰিদৰ্শন কৰিছে নাড্ডাই।

Related Articles