Balochistan: আজি বেলুচিস্তানৰ স্বাধীনতা দিৱস উদযাপন

আজি বেলুচিস্তানৰ স্বাধীনতা দিৱস উদযাপন।(Balochistan)

দেশখনৰ ৬ কোটি জনতাই উদযাপন কৰিছে স্বাধীনতা দিৱস।

বিশ্বৰ ভিন্ন প্ৰান্তত বেলুচ জনতাৰ স্বাধীনতা দিৱস উদযাপন।

উমান চৌদি আৰৱত বেলুচিস্তানৰ স্বাধীনতা দিৱস উদযাপন।

বেলুচিস্তানক স্বতন্ত্ৰ দেশ হিচাপে স্বীকৃতি দিবলৈ ৰাষ্ট্ৰসংঘক আহ্বান।

POK-ৰ অস্থিৰতাৰ মাজতে এইবাৰ পাকিস্তানৰ আটাইতকৈ ডাঙৰ প্ৰদেশ বেলুচিস্তানত উঠিছে স্বাধীনতাৰ নতুন দাবী।

১১ আগষ্টক ‘বেলুচিস্তানৰ স্বাধীনতা দিৱস’ হিচাপে ঘোষণা কৰাৰ পাছত সমগ্ৰ অঞ্চলটোত তীব্ৰ ৰাজনৈতিক চাঞ্চল্যৰ।

Related Articles