জনতাতকৈ চৰকাৰ ডাঙৰ হ’ব নোৱাৰে।
অৱশেষত ২৪দিনৰ অন্তত হাৰ মানিবলৈ বাধ্য হ’ল হেমন্ত চৰকাৰ।
JSSC-CGLৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত।
ঝাৰখণ্ডত JSSC-CGLৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত।
ঝাৰখণ্ডত শিক্ষাৰ্থীৰ প্ৰতিবাদত হাৰ মানিলে হেমন্ত চৰকাৰে।
২০১৪ বৰ্ষৰ পৰা সকলো পৰীক্ষাৰ জালিয়াতি পুনৰীক্ষণ কৰিব হেমন্ত চৰকাৰে।
আনহাতে আজি আমৰণ অনশন ভংগ কৰিলে দেৱেন্দ্ৰ নাথ মাহাতোৱে।
প্ৰতিযোগিতামূলক পৰীক্ষা ব্যৱস্থাৰ সংশোধনৰ দাবীত দীৰ্ঘদিন অনশনত আছিল মাহাতো।
বিগত ১৬ দিন ধৰি অনশনত আছিল ছাত্ৰ নেতাজন।

