ৰামানুজ গোস্বামী HIV পজিটিভ বুলি দাবী।
বিয়াৰ পূৰ্বেই HIV পজিটিভ আছিল ৰামানুজ।
HIVৰ তথ্য পত্নীৰ পৰা গোপন কৰা বুলিও অভিযোগ।
বিয়াৰ পিছত পত্নীয়ে অসুস্থতাৰ কথা জানিছিল।
ড্ৰাগছ আসক্তও আছিল ৰামানুজ গোস্বামী।
বহুবাৰ ৰিহাব চেণ্টাৰত আছিল ৰামানুজ।
৫ বছৰত ১০-১৫ বাৰকৈ ৰিহাব চেণ্টাৰলৈ যোৱাৰ দাবী।
HIVৰ তথ্যক লৈ দম্পতীৰ মাজত সংঘাতৰ দাবী।
পৰিয়ালেও HIVৰ কথা জানিছিল নেকি বুলিও প্রশ্ন উত্থাপন।
হত্যাকাৰী ৰামানুজ গোস্বামী যে HIV পজিটিভ, এই কথা দাবী এজনৰ।
ৰিহাব চেণ্টাৰৰ কৰ্মী সিদ্ধাৰ্থ প্ৰতীম দত্তৰ এই বিস্ফোৰক মন্তব্য।
বেলতলাৰ বশিষ্ঠপুৰৰ এই নৃশংস হত্যাকাণ্ড কৰা ৰামানুজৰ নাই কোনো অনুশোচনা।
পত্নীক হত্যাৰ পাছত ৰামানুজন গোস্বামীৰ টাৰ্গেট ‘ছুগাৰ ডেডী’।
কাৰাগাৰৰ পৰা ওলাই চুগাৰ ডেডীক কটাৰ হুংকাৰ।
‘তাইকটো কাটিলোঁ জে’লৰ পৰা ওলালে চুগাৰ ডেডীটোকো কাটিম’।
কেমেৰাৰ সন্মুখতে এই বিস্ফোৰক ভাষ্য অভিযুক্ত ৰামানুজনৰ।

