নিজৰ ভুলত অনুতপ্ত পত্নীহন্তা ৰামানুজ গোস্বামী।
পুৱা স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়াৰ সময়ত ৰামানুজ গোস্বামীয়ে সংবাদমাধ্যমৰ আগত ক’লে-
“একো ভাল কাম কৰা নাই মই, গালি খামেই মই মানুহৰ”
“মই যি কৰিছো, বহুত বেয়া কাম কৰিছো।”
“মোক দেখি যাতে কোনেও এনেকুৱা নকৰে”
নিজৰ ভুলত যেন অনুতপ্ত পত্নীহন্তা ৰামানুজ গোস্বামী।
আনহাতে হত্যাকাৰী ৰামানুজে নমস্কাৰ জনাই ক’লে ‘জয় শ্ৰীৰাম’।
‘আৰু একো নকওঁ,No Regrets, No Apologies Please…’।
হাঁহি হাঁহি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিলে ঘাতক ৰামানুজে।

