আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল।

ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে নামিব বাংলাদেশ।

দশমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে নামিব হৰমনপ্ৰীত বাহিনী।

ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব মেচখন।

এছিয়া কাপৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব ১৩ ছেপ্টেম্বৰত।

Related Articles