আজি দেশজুৰি বেংক বন্ধ।
আজি ৰাষ্ট্ৰজুৰি ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰীৰ ধৰ্মঘট।
ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নে ঘোষণা কৰিছে ধৰ্মঘটৰ।
সপ্তাহত দুদিন বেংক বন্ধৰ দাবীত বেংক ইউনিয়নছৰ ধৰ্মঘট পালন।
বেংক ইউনিয়নৰ ধৰ্মঘটৰ ফলত ৩ দিন ধৰি ব্যাহত হ’ব বেংক সেৱা।
সপ্তাহত দুদিন বন্ধৰ দাবী আৰু সেৱা সংযোগী উদগনিমূলক পদক্ষেপৰ দাবী তুলিছিল।
কিন্তু বেংক কৰ্মচাৰীৰ দাবী মানি নল’লে কেন্দ্রই।
ফলত বেংক কৰ্মচাৰীসকলে আন্দোলন ঘোষণা কৰিছে।
বেংক কৰ্মচাৰীৰ দাবী মানি নল’লে ২৮-৩০ ছেপ্টেম্বৰলৈ হ’ব আন্দোলন।

