শিৱসাগৰৰ পাঁচ যুৱকৰ ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলি প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ৷
লেহ-লাডাখৰ শান্তি স্তুপত হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি৷
হিমালয়ৰ বুকুত জুবিনক সুঁৱৰি নীৰৱ শ্ৰদ্ধাঞ্জলি শিৱসাগৰৰ পাঁচ বন্ধুৰ৷
লেহৰ শান্তি স্তুপত জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ৷
হাজাৰ কিলোমিটাৰ দূৰৈতো জুবিনৰ প্ৰতি অটুট আবেগ শিৱসাগৰৰ পাঁচ বন্ধুৰ ৷
লাডাখৰ ভূমিতো প্ৰতিধ্বনিত জুবিনৰ স্মৃতি৷
বন্ধুত্বৰ ভ্ৰমণক জুবিনৰ নামত স্মৰণীয় কৰিলে শিৱসাগৰৰ পাঁচ যুৱকে৷
শিৱসাগৰ অ,এন, জি,চিত কৰ্মৰত পাৰ্থপ্ৰতীম বৰা, বিশ্বজিৎ চলিহা, পবিত্ৰ প্ৰাণ বৰা, জ্ঞানদীপ গগৈ আৰু মনদীপ শৰ্মাৰ ব্যতিক্ৰমী পদক্ষেপ এতিয়া সৰ্বত্ৰ চৰ্চিত হৈ পৰিছে ৷
‘জুবিন কেৱল শিল্পী নহয়, তেওঁ অসমীয়াৰ আৱেগ’৷

