জুবিন ক্ষেত্ৰৰ নিচেই কাষতে থকা নিউ চিটি ধাবাত নিশা উত্তপ্ত পৰিস্থিতি

জুবিন ক্ষেত্ৰৰ নিচেই কাষতে থকা নিউ চিটি ধাবাত নিশা উত্তপ্ত পৰিস্থিতি।

সোনাপুৰত জুবিন দিৱসৰ নাম ভাগৱতৰ মাজতেই ওচৰৰ ধাবাত সুৰা বিচাৰি তাণ্ডৱ উদণ্ড যুৱকৰ।

জানিব পৰা মতে মাজনিশালৈকে সুৰা বিক্ৰী নকৰাত গ্ৰাহকে ভাঙি লণ্ড-ভণ্ড কৰে ধাবা খন।

ঘটনাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় সোনাপুৰ আৰক্ষী।

Related Articles