মহানগৰীৰ চচলত গণবিক্ষোভ কার্যসূচী।
ৰাইজৰ দলৰ উদ্যোগত এই গণ সমাৱেশ।
উজনিৰ তিনি জিলাৰ বানপীড়িতৰ ন্যায়ৰ দাবীত গণ ধর্ণা।
শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ বন্যাক্ৰান্তৰ অংশগ্রহণ কাৰ্যসূচীত।
ধর্ণাস্থলীত মোতায়েন আৰক্ষী, অৰ্ধসামৰিক বাহিনী।
প্রতিবাদত অংশ ল’ব তিনি CJPৰ নেতায়ো।
অংকিত ভৰদ্বাজ, আকাশ প্রেম, বৰুণ আগৰৱালে ল’ব অংশ মহানগৰীৰ চচলত গণবিক্ষোভ কাৰ্যসূচীত।

