আজি আদালতত হাজিৰ কৰা হ’ব নিমিষা কাণ্ডৰ মূল অভিযুক্ত আছিক আলীক

গুৱাহাটী মহানগৰীৰ হোমষ্টে’ত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছিল নিমিষা ঠাকুৰীয়া নামৰ এগৰাকী যুৱতীৰ মৃতদেহ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৫ বছৰীয়া সংহত পাঠ্যক্ৰমৰ স্নাতকৰ ছাত্ৰী আছিল নিমিষা।

গড়লস্থিত ‘RUDREAS KITCHEN’ নামৰ Home Stayৰ পৰা নিমীষাৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

প্ৰেমিক আছিক আলীয়ে অন্য যুৱকৰ সহায়ত হত্যা কৰাৰ সন্দেহ।

প্ৰেমিক আছিক আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আজি আদালতত হাজিৰ কৰা হ’ব নিমিষা কাণ্ডৰ মূল অভিযুক্ত আছিক আলীক।

আদালতত হাজিৰ কৰাৰ পিছতে নিজৰ জিম্মাত ল’ব আৰক্ষীয়ে।

Related Articles