আজি শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ

আজি শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগ্ৰহণ।

প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন।

মুঠ ৪২ খন আসনৰ দুখনত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী বিজেপি।

৪০ টা সমষ্টিৰ বাবে অনুষ্ঠিত ভোটগ্ৰহণ।

৩০৩টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।

৬ অক্টোবৰত ঘোষণা হ’ব ফলাফল।

Related Articles