পুনৰ অখিল গগৈৰ বিৰুদ্ধে এক অতিৰিক্ত অভিযোগনামা দাখিল কৰিছে NIA য়ে

পুনৰ অখিল গগৈৰ বিৰুদ্ধে এক অতিৰিক্ত অভিযোগনাম দাখিল কৰিছে NIA য়ে ৷ মঙলবাৰে অখিল গগৈৰ বিৰুদ্ধে নিয়াই দাখিল কৰিছে এক অতিৰিক্ত অভিযোগ নামা। নিয়াই দাখিল কৰা এই অভিযোগ নামাৰ পাছতে এতিয়া চৰকাৰ আৰু নিয়াক সমালোচনা কৰিছে ৰাইজৰ দলে। দলটোৰ নেতা ভাস্কো ডি শইকীয়াই সংবাদ মাধ্যমৰ আগত কয়, এয়া চৰকাৰৰ ষড়যন্ত্ৰ। নিয়াই দাখিল কৰা এই অভিযোগনামা পূৰ্বৰ দৰেই নাম-ঠিকনা গোপনে ৰাখি বেনামীভাবে দাখিল কৰা হৈছে।

Related Articles