আছিক আলীক এনকাউণ্টাৰঃ নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ

আছিক আলীক এনকাউণ্টাৰ।

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ।

ভৰিত গুলী লাগে আছিক আলীৰ।

আৰক্ষীৰ জিম্মাৰ পৰাপলায়নৰ চেষ্টা কৰিছিল আছিকে।

GMCHত চিকিৎসাধীন আছিক।

পুৱা প্ৰায় ৩.৩০ বজাত আজাৰাৰ ধাৰাপুৰত এনকাউণ্টাৰ আছিক আলীক।

আহত আছিকক তাৰ পিছতে ভৰ্তি কৰোৱা হয় জিএমচিএইচত।







Related Articles