মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা।
পুৱা ৬:৩০ বজাত কাৰাগাৰৰ পৰা ওলাল অমৃতপ্ৰভা মহন্ত।
মাতৃ-ভগ্নী আৰু অন্যান্য আত্মীয়ই চমজি লৈ যায় অমৃতপ্ৰভাক।
৫০ হাজাৰ টকাৰ বণ্ডত জামিন লাভ অমৃতপ্ৰভাৰ।
জুবিন গাৰ্গ হত্যাৰ গোচৰৰ অন্যতম অভিযুক্ত আছিল অমৃতপ্ৰভা।
বিগত এটা বছৰে হাফলং কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল অমৃতপ্ৰভা মহন্ত।
জুবিন গাৰ্গৰ সৈতে একেলগে ছিংগাপুৰলৈ গৈছিল আৰু য়ট পাৰ্টীতো উপস্থিত আছিল অমৃতপ্ৰভা।

