পুনৰ আটক ২ CJP নেতাঃ আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক

পুনৰ আটক হ’ল ২ CJP নেতা।

আশুতোষ ৰাংকা আৰু সৌৰভ দাসক আটক।

আন্দোলনৰ অনুমতি বিচাৰি সোমবাৰে পুনৰ কাষ চাপিছিল আৰক্ষীৰ।

পালিয়ামেন্ট স্ট্রীট আৰক্ষী চকীত দাখিল কৰিছিল আবেদন।

অনুমতিৰ বাবে আৰক্ষীক ২৪ ঘণ্টাৰ সময়সীমা দিছিল দুয়ো।

তাৰ পাছতে আৰক্ষীয়ে আটক কৰে দুই CJP নেতাক।

আইন-শৃংখলা ৰক্ষাৰ দোহাই দি দুয়োকে আটক দিল্লী আৰক্ষীৰ।








Related Articles