গুৱাহাটীত মুকলি উত্তৰ-পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ

সহজ হ’ল বিদেশ ভ্রমণ।

ভিছাৰ বাবে কলকাতালৈ যোৱাৰ প্রয়োজন নাই।

গুৱাহাটীত মুকলি উত্তৰ-পূবৰ প্ৰথমটো ভিছা আবেদন কেন্দ্র।

২৯খন দেশৰ ভিছা আবেদন আৰু বায়’ মেট্ৰিকৰ সুবিধা উপলব্ধ।

ইয়াৰ ভিতৰত ইউৰোপৰ ৭খন শ্বেনজেনভুক্ত দেশো আছে।

ইংলেণ্ড, অস্ট্রেলিয়া আৰু ছুইজাৰলেণ্ডৰ ভিছাৰ প্ৰক্ৰিয়াও সম্পন্ন হ’ব।

খানাপাৰাত আনুষ্ঠানিকভাৱে মুকলি কেন্দ্ৰটো।

VFS Globalৰ দ্বাৰা পৰিচালিত হ’ব এই কেন্দ্রটো।

Related Articles