সম্প্রতি ক’ৰণা মহামাৰী চলি থকা সময়ত বহু সংখ্যক লোক ক’ৰণা আক্রান্ত হৈ মৃত্যু বৰণ কৰি আছে। তেনে অৱস্থাত বৰ্তমান মৰিগাঁও জিলাক ৰেড জ’ন চিনাক্ত কৰি সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা হৈছে । এই কেইদিনত লাহৰীঘাটতো ক’ৰণা আক্রান্ত হৈ একাংশ ব্যক্তিৰ মৃত্যু হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি লাহৰীঘাট গাঁও পঞ্চায়তৰ তৰফৰ পৰা সভানেত্রী লিলিমা খাতুনৰ নেতৃত্বত উক্ত পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ কেবাটাও বাসগৃহত আৰু পঞ্চায়তৰ কাৰ্যালয়ত ছেনিটাইজেচন কৰোৱা হয়। উল্লেখ্য যে ৬ নং ৱাৰ্ডৰ দুগৰাকী ব্যক্তিৰ ক’ৰণাত আক্রান্ত হৈ মৃত্যু হোৱাত সেই ব্যক্তি সকলৰ ঘৰতো আজি ছেনিটাইজ কৰোৱা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন,আজিৰে পৰা ৩৫ সংখ্যক লামাজান মাজৰবাৰী আঞ্চলিকবিহু সন্মিলন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনটোতে অসমত প্ৰবল ধুমুহা-বৰষুণৰ আগজাননী!
- প্ৰতিকূল বতৰৰ বাবে দুদিনলৈ বন্ধ ঘোষণা বিদ্যালয়, মহাবিদ্যালয়…
- নগাঁৱত মনস্থ হ’ব ৰংগালয়ৰ নাটক অথেল’– এ পলিটিকেল ট্রেপ…
- চলচ্চিত্ৰ পৰিচালক তথা মোমায়েক আয়ান মুখাৰ্জীৰ সৈতে ৰণবীৰ-আলিয়াৰ কন্যা ৰাহা, মৰমলগা অভিব্যক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে…
- হাইলাকান্দিত ছোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু…
- বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ প্ৰাণ হেৰুৱালে প্ৰাঞ্জল বৰাই! অঞ্চলজুৰি শোকৰ ছাঁ…
- জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক…