প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ মৃত্যু।
আজি পুৱা ৮ বজাত শেষ নিশ্বাস ত্যাগ মন্ত্ৰীগৰাকীৰ।
জটিল ৰোগত আক্ৰান্ত হৈ মৃ্ত্যু ছিদ্দিক আহমেদৰ।
৪ বাৰকৈ বিধায়ক নিৰ্বাচিত হৈছিল ছিদ্দিক আহমেদ।
কৰিমগঞ্জ দক্ষিণৰ কংগ্ৰেছ বিধায়ক আছিল আহমেদ।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ।
তৰুণ গগৈ মন্ত্ৰীসভাত ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ছিদ্দিক আহমেদে।

