প্ৰবল ভূমিকম্পই জোকাৰি গ’ল তিব্বতক।
৭ প্ৰাবল্যৰ ভূমিকম্পত ১৬ গৰাকীকৈ লোকৰ মৃত্যু।
গুৰুতৰভাৱে আহত হৈছে ৩২জনৰো অধিক লোক।
ভূমিকম্পৰ ফলত বিস্তৰ ক্ষতিসাধন।
ভূ-পৃষ্ঠৰ ১৭৩ কিলোমিটাৰ গভীৰত ভূমিকম্পৰ উৎপত্তি।
তিব্বতত ৪ ঘণ্টাত অনুভূত হৈছে ১৩টাকৈ কম্পন।
ধাৰাবাহিক কম্পনত জনসাধাৰণৰ মাজত হুলস্থূলীয়া পৰিস্থিতি।
চীন-পাকিস্তান-আফগানিস্তানতো প্ৰবল ভূমিকম্প।
পাকিস্তানত অনুভূত ৪.৯ প্ৰাবল্যৰ কম্পন।

