সংকৃশ নদীয়ে লৈছে কালৰূপঃ ভূটানৰ হ্ৰদৰ পৰা GLOFৰ সতৰ্কতা

সংকৃশ নদীয়ে লৈছে কালৰূপ।

ভূটানৰ হ্ৰদৰ পৰা GLOFৰ সতৰ্কতা।

পশ্চিমবংগৰ ১০ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ।

মাইকযোগে ঘোষণা কৰি সমগ্ৰ আলিপুৰদুৱাৰত প্ৰশাসনে সজাগ কৰিছে জনতাক।

নিশা জলপ্ৰলয়ত ভূটানত হাহাকাৰ পৰিস্থিতি।

তচনচ হ’ল ভূটানৰ বৃহৎ সৌৰশক্তি প্ৰকল্প।

GOLF হ্ৰদত গ্লেচিয়াৰ বিস্ফোৰণৰ পাছতে এই ভয়ংকৰ পৰিস্থিতি।






Related Articles