ৰে’ল যোগাযোগৰ ইতিহাসত নতুন অধ্যায়ৰ সংযোজনঃ বুলেট ট্ৰেইনৰ মেপত অন্তর্ভুক্ত হ’ল গুৱাহাটী

ৰে’ল যোগাযোগৰ ইতিহাসত নতুন অধ্যায়ৰ সংযোজন।

বুলেট ট্ৰেইনৰ মেপত অন্তর্ভুক্ত হ’ল গুৱাহাটী।

নতুন বুলেট ট্ৰেইন কৰিৰ্ডৰৰ ঘোষণা ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ।

দিল্লী, আগ্রা, কানপুৰ, অযোধ্যা, বাৰাণসী, পাটনা, শিলিগুড়ি হৈ গুৱাহাটীলৈ বুলেট ট্রেইন।

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিলে গুৱাহাটীক সামৰি নকৈ হ’বলগীয়া বুলেট ট্ৰেইন কৰিডৰৰ কথা।

প্ৰধানমন্ত্ৰীয়ে অনুমোদন দিলে নৰ্ডান বুলেট ট্ৰেইন কৰিডৰ প্ৰকল্পত।

Related Articles