বৰ্তমান সুস্থিৰ হৈছে গৰিমা গাৰ্গৰ স্বাস্থ্য।
দুদিনমান হাস্পতালতে থাকিব লাগিব গৰিমা।
নেমকেয়াৰ হাস্পতালৰ জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত চলিছে চিকিৎসা।
ইতিমধ্যে কেইবাটাও স্বাস্থ্য পৰীক্ষা কৰা হৈছে গৰিমা গাৰ্গৰ।
পুষ্টিহীনতা আৰু নিদ্রাহীনতাত ভুগিছে গৰিমা শইকীয়া গার্গ।
হঠাতে অসুস্থ হৈ পৰিছিল গৰিমা শইকীয়া গার্গ।
লগালগ নেমকেয়াৰ হাস্পতালত ভর্তি কৰোৱা হৈছিল গৰিমাক।
নুনমাটিৰ এক অনুষ্ঠানত অংশ লোৱাৰ সময়তে অসুস্থ হৈ পৰিছিল গৰিমা।
অসম জাতীয় বিদ্যালয়ত গীত মাতৰ গধূলি অনুষ্ঠানত অংশ লৈছিল গৰিমাই।

