কাজিৰঙাৰ ৰঙাজানৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে-
কাজিৰঙাৰ দুৰ্ঘটনাত নিহতলৈ মুঠ ৯ লাখ টকাকৈ সাহায্য ঘোষণা।
ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিব মুঠ ৭ লাখ টকাৰ সাহায্য।
মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা দিয়া হ’ব ৫ লাখ টকাৰ সাহায্য।
দু্ৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পৰা দিয়া হ’ব ২ লাখ টকা।
প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰাও ২ লাখ টকাৰ সাহায্য।
সৰ্বমুঠ ৯ লাখ টকাৰ সাহায্য লাভ কৰিব দুৰ্ঘটনাত নিহতৰ পৰিয়ালে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কথা ঘোষণা।

