গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা উৰণ সেতুত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰেবেগী বেলেন’ বাহনে মহটিয়াই নিলে ইলেকট্ৰিক অটোক।
দুৰ্ঘটনাত থিতাতে নিহত এজন লোক।
দুৰ্ঘটনাটোত নিহত হয় অটো চালকজনৰ।
বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ব্যক্তিগৰাকীৰ পৰিচয়।