অনুসূচীত জাতিৰ নেতা ৰুবুল দাসক গ্ৰেপ্তাৰ।
চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ।
চাকৰিৰ নামত প্ৰাৰ্থীৰ পৰা ১০ লাখ টকা সংগ্ৰহৰ অভিযোগ।
মীন বিভাগৰ চাকৰিৰ নামত প্ৰৱঞ্চনা কৰাৰ অভিযোগ।
দিছপুৰ থানাত ৰুবুল দাস বিৰুদ্ধে গোচৰ ৰুজু।
ভুৱা নিযুক্তি পত্ৰৰে যুৱকক প্ৰতাৰণাৰ অভিযোগ।
বামুণীমৈদামৰ অমূল্য ৰেছিডেঞ্চিৰ পৰা গ্ৰেপ্তাৰ ৰুবুল দাসক।

