পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস…

পাঠশালা প্ৰেছ ক্লাবৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস।

প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ তথা ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু ২৬ নং বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়।

আজি প্ৰতিষ্ঠা দিৱসত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়।

সভাখনৰ সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক পুলু কুমাৰ শৰ্মাই।

সভাত উপস্থিত থাকে সদৌ অসম বাৰ্তাজীৱী সংঘৰ সম্পাদক অঞ্জন কুমাৰ শৰ্মা, উপদেষ্টা মুকুট ৰাজ শৰ্মাৰ লগতে বিশিষ্ট ব্যক্তিসকল।

নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক ডঃ মৃণাল কলিতা।

বক্তৃতানুষ্ঠানতৰ বিষয় বস্তু পুথি অধ্যয়নৰ প্ৰয়োজনীয়তা।

Related Articles