APSC কেলেংকাৰিৰ অভিযুক্ত ৰাকেশ পালক অন্তর্বর্তীকালীনজামিন।
ৰাকেশ পালক অন্তৰ্ৱর্তীকালীন জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
১ লাখ টকাৰ বণ্ডসহ তিনিজন জামিনদাৰ প্ৰদানৰ চৰ্ত আৰোপ।
আদালতৰ অনুমতি অবিহনে ৰাকেশ পালে এৰিব নোৱাৰিব ন্যায়িক এলেকা।
ৰাকেশ পালৰ পাৰপত্ৰ আদালতত জমা দিয়াৰো নিৰ্দেশ।
APSC কেলেংকাৰিৰ গোচৰত দোষী সাব্যস্ত হৈছিল ৰাকেশ পাল।

