‘টীম ৰৈ ৰৈ বিনালে’ই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিলে ঈশ্বৰপুত্ৰৰ অন্তিম ছবিখনৰ হিচাপ।

জুবিন গাৰ্গৰ অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ মুঠ লাভ ৭,৭৭,৬১,১১৪.৬৮ টকা।
প্ৰায় ৩ কোটি ৫৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ছবিখনৰ বক্স অফিচ সংগ্ৰহ ৪৩.০২ কোটি টকা।

আই ক্ৰিয়েচন আৰু জিল ক্ৰিয়েচনছে সদৰী কৰে এই তথ্য।

