লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে ময়ূৰ নিৰ্বাণ কাশ্যপে

ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত পঞ্চম মিনি ৰাষ্টীয় বেডমিণ্টনৰ ল’ৰাৰ অনূৰ্ধ্ব-১১ বছৰ শাখাৰ ছিংগলছত অসমৰ লখিমপুৰৰ ময়ূৰ নিৰ্বাণ কাশ্যপে ৰূপৰ পদক লাভ কৰিছে।

তেওঁৰ এই গৌৰৱময় সফলতাৰ বাবে অসম বেডমিণ্টন সংস্হাই শুভেচ্ছা জনাছে।

Related Articles