তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৱৰ্তী দৰঙ্গামেলাত থকা মেনকা চাহ বাগিচাৰ পৰা বিষ্ণু মগৰ নামৰ এজন উন্নৈশ বছৰীয়া যুৱক যোৱা ২৭ জুনৰ পৰা সন্ধান হীন হৈ আছে।
মেনকা চাহ বাগিচাৰ প্ৰয়াত হৰকা বাহাদুৰ মগৰ আৰু শান্তি মগৰৰ পুত্ৰ বিষ্ণু মগৰে যোৱা ২৭ জুনৰ নিশা কোনো অজ্ঞাত লোকৰ ফোন পাই ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা আজি পৰ্যন্ত সন্ধান হীন হৈ থকাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে।প্ৰায় পাঁচ ফুট উচ্চতাৰ নীলা ৰঙৰ চাৰ্ট পৰিহিত বগা বৰণৰ বিষ্ণু মগৰ নামৰ যুৱকজনক বিচাৰি পৰিয়াল আৰু দল-সংগঠনৰ লোকে আত্মীয় তথা বিভিন্ন ঠাইত খা-খবৰ কৰে যদিও কোনো সন্ধান নোপোৱাত পিছদিনাই কুমাৰীকাটা আৰক্ষী চকীত জনায় । ইফালে কুমাৰীকাটা আৰক্ষীয়ে জোৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত বিষ্ণুৰ কোনো শুংসূত্ৰ পোৱা নাই। কোনো লোকে যুৱক জনৰ সম্ভেদ লাভ কৰিলে 9401302971,8472007808 নম্বৰত তৎকালীন ভাৱে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়াল লগতে বাক্সা জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধনুষ মহালিয়ে।জিলা খনৰ হাতীগড় চাহ বাগিচাৰ ১০ নং লাইনৰ বাসিন্দা তথা বৰ্তমান শুক্লাইৰ ব্যক্তিগত ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত দেবেন কৰ্মকাৰ আৰু গীতা কৰ্মকাৰৰ পুত্ৰ সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।আমদাৰা শুক্লাই প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ উক্ত ছাত্ৰ জনৰ কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ পালে ৯৪৩৫৮৯২২৭১ নম্বৰত যোগাযোগ কৰিবলৈ অথবা স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…