আজি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

আজি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান।

সুধাকণ্ঠৰ গীতেৰে আজি জীপাল হ’ব ৰাজধানী দিল্লীৰ ভাৰত মণ্ডপম।

ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ণাঢ্য সামৰণী অনুষ্ঠান।

অনুষ্ঠানত অংশগ্ৰহণ কৰিব দেশ তথা ৰাজ্যৰ আগশাৰীৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে।

Related Articles