বৰপেটা জিলাৰ অন্তৰ্গত খোলাবান্ধাচৰ-দংৰা সংযোগী ব্ৰহ্মপুত্ৰ নদীত আজি এখন চিমেণ্ট ভৰ্তি নাও এখন দুৰ্ঘটনাত পতিত হয়। জানিব পৰা নদীখনৰ উত্তৰ পাৰৰ দংৰা ঘাটৰ পৰা ভেলেঙীচৰৰ হানু আলী নামৰ এজন নাৱৰীয়াই তেওৰ যন্ত্ৰচালিত নাঁৱৰে চিমেন্ট ভৰ্তি কৰি দক্ষিণ পাৰৰ খোলাবান্ধাচৰ নদী ঘাটলৈ আহি থকা অৱস্থাত নৈখনৰ চাংবান্ধাচৰ সমীপত হঠাৎ চাপৰিত নাওঁখন খুন্দা খাই পানীত ডুব যায়। ফলত নাও খনত থকা বৰপেটাৰ এগৰাকী ঠিকাদাৰৰ প্ৰায় দুইশ বেগ চিমেন্ট নষ্ট হয়। তদুপৰি এই দুৰ্ঘটনাত নাওখনত থকা নাৱৰীয়াসহ পাঁচজনকৈ লোক সাতুৰি কোনো মতে পাৰলৈ উঠি কথপমি নিজকে ৰক্ষা কৰে। ইতিমধ্য দুৰ্ঘটনাত পতিত নাওখনো স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- কলপাতত প্ৰসাদ আগবঢ়াওক, দৰিদ্ৰতা দূৰ হ’ব! জানি লওক নিয়ম…
- গভীৰ নিশা ৰাতিৰ আহাৰ কিয় এৰাই চলিব লাগে জানেনে? আছে ৪টা ডাঙৰ কাৰণ…
- আহমেদাবাদৰ বিদ্যালয় কৰ্তৃপক্ষলৈ সন্ত্ৰাসৰ ভাবুকি ভৰা ই-মেইল…
- ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ পুনৰ যাব মহাকাশলৈ…
- পিত্তথলীৰ পাথৰ কেনেকৈ হয়? ভাৰতী সিঙে বদহজম বুলি ভবা বিষটো পিত্তথলীৰ সমস্যা হৈ পৰিল…
- ৰূপহীহাটত ডাম্পাৰে মহটিয়াই নিলে ৩গৰাকী স্কুলীয়া ছাত্ৰক…
- বৃদ্ধ বয়সতো আপোনাৰ মগজু চোকা কৰি ৰাখিব বিচাৰে নেকি? দৈনিক এই ৫ টা বিধ জুচ খাবলৈ আৰম্ভ কৰক…
- লামাজান মাজৰবাৰী আঞ্চলিক ৩৫ সংখ্যক বিহু সন্মিলন !থলুৱা ক্ৰীড়া, সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন…
- বিয়পি পৰিছে নতুন COVID-19 ভেৰিয়েন্ট FLIRT! FLIRT ৰ লক্ষণ কি কি…
- নতুন সপ্তাহত ভাৰতীয় ষ্টক মাৰ্কেটত মিডকেপ আৰু স্মলকেপৰ শ্বেয়াৰ বৃদ্ধি…