“আছে গৰু নেবাই হাল থকাতকৈ নথকাই ভাল” লেখিয়া হৈ পৰিছে ইটাখোলাৰ আমবাৰীত অৱস্থিত প্ৰায় ২০ বছৰ পূৰ্বে স্থাপিত কৃষি কেন্দ্ৰৰ লগতে পশু চিকিৎসালয়টো ৷ বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত ৭০ ৰ দশকতে বৃহত্তৰ আমবাৰীৰ কৃষক ৰাইজৰ স্থাৰ্থত আমবাৰীত স্থাপন কৰা এই কৃষি কেন্দ্ৰৰ লগতে পশু চিকিৎসালয় কেন্দ্ৰটি এতিয়া অস্তিত্বহীন হৈ পৰিছে ৷ এসময়ত উত্তৰ অসমৰ অন্যতম পশু চিকিৎসালয় আৰু কৃষি কেন্দ্ৰ হিচাপে পৰিচিত এই দুটা কেন্দ্ৰটিৰ পৰা শ ,শ কৃষক ৰাইজ উপকৃত হোৱাৰ লগতে এই কেন্দ্ৰটিক সৰোগত কৰি বহু কৃষকে উন্নত প্ৰজাতিৰ গো পালনেৰে উপকৃত হৈছিল ৷ কেন্দ্ৰ দুটা কেইবাগৰাকী পশু চিকিৎসকৰ লগতে ভালে কেইগৰাকী বিষয়া-কৰ্মচাৰীয়ে কাৰ্য্যনিৰ্ব্বাহ কৰি থকা কেন্দ্ৰটি সম্প্ৰতি প্ৰায় ২০ বছৰ ধৰি ভূত-বাংলালৈহে পৰিণত হৈছে ৷ পশু চিকিৎসাৰ লগতে কৃষি কেন্দ্ৰটিৰ সকলো মূল্যৱান তথা ব্যবহৃত সামগ্ৰী ধ্বংসস্তুূপত পৰিণত হোৱাৰ লগতে জহি খহি গৈছে আৱাসগৃহ সমুহ।এসময়ৰ কৃষি কেন্দ্ৰৰ লগতে পশু বিভাগৰ চহকী এই দুটা চৰকাৰী কাৰ্যালয় দুটা পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাৱী তুলিছে বিভিন্ন জনে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অৱশেষত ভগৱানৰূপী দুই বগা ঘোঁৰাৰ কাহিনী পোহৰলৈ আহিল ! ৪ মাহ পূৰ্বে হেৰাইছিল মমিন আলীৰ দুটা বগা ঘোঁৰা উদ্ধাৰ জালুকবাৰীত…
- জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…
- এজন ব্যতিক্ৰমী কৰ্মদ্যোমী বেংক বিষয়া…
- ধৰ্ষণৰ ভুক্তভোগীক সন্তান জন্ম দিবলৈ কোনেও বাধ্য কৰিব নোৱাৰিব: কেৰালা উচ্চ ন্যায়ালয়ে নিৰ্যাতিতাক দিলে গৰ্ভপাতৰ অনুমতি…
- ১৪ বছৰত ভাৰতৰ সেৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বিকাশৰ হাৰ…
- শেষ মুহূৰ্তত অথন্তৰ ! তৃতীয়বাৰৰ বাবে মহাকাশলৈ উৰা মাৰিব নোৱাৰিলে সুনীতা উইলিয়ামছে…
- অন্তৱৰ্তীকালীন জামিন নাপালে কেজৰিৱালে ! উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিলে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি…
- ঝাৰখণ্ডৰ মন্ত্ৰীৰ সচিবৰ বনকৰা লোকৰ ঘৰৰ পৰা উদ্ধাৰ ৩২ কোটি টকা ! মন্ত্ৰীৰ সচিবক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে…
- ইজৰাইলৰ সামৰিক বাহিনীৰ গাজাৰ ৰাফা চহৰত হামাছৰ বিৰুদ্ধে আক্ৰমণ…
- সন্ধিয়া কাকো নিদিব এই সমূহ বস্তু! সন্ধিয়া এইসমূহ বস্তু আনক দিলে দৰিদ্ৰতাৰ সন্মুখীন হ’ব…