জিলাৰ গামাৰিমুৰী গাওঁৰ ওজাপাৰা চুবুৰীৰ নগেন বৰ্মন আৰু বিভা বৰ্মনৰ ১০ বছৰীয়া দ্বিতীয় পুত্ৰ অচিন্ত বৰ্মন আজি প্ৰায় এবছৰ ধৰি ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত হৈ আছে ।১ নং কৈঠালকুছি প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত অচিন্ত্য বৰ্মনৰ পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে পোহপাল দিয়ে পৰিয়ালটো ৷ যোৱা এবছৰ আগতে অচিন্তৰ শৰীৰত নলবাৰী আসামৰিক চিকিৎসালয়ত ৰোগৰ উপস্থিতি ধৰা পৰাৰ পিছত তেওঁক গুৱাহাটী মেডিকেল কলেজলৈ স্থানান্তৰ কৰি প্ৰথমটো অপাৰেচন কৰে ।এইবছৰৰ ১৫ মেত দ্বিতীয়টো অপাৰেচনৰ নিৰ্ধাৰিত তাৰিখ আছিল যদিও তেওঁৰ পৰিয়ালে অৰ্থিক দুৰৱস্থাৰ বাবে আজিলৈ অপাৰেচন কৰিবলৈ সামৰ্থ হোৱা নাই । যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰ তথা স্থানীয় বিধায়ক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। দৰিদ্ৰ পৰিয়ালটোক প্ৰয়োজন আপোনাৰ অকণমান সহায়ৰ। অচিন্ত্যক সুস্থ কৰি তুলিবলৈ সকলো পক্ষৰ পৰা সহায় বিছাৰিছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে ৷ ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাই উপস্থিত হৈ কিঞ্চিৎ সহায় আগবঢ়াই । অচিন্ত্যক সহায় কৰিব বিচৰা সকলে মাতৃ বিভা বৰ্মনৰ অসম গ্ৰামীন বিকাশ বেংকৰ 7087010009158 নং একাউন্টত আৰ্থিক সহায় আগবঢ়াব পাৰিব ৷ IFSC PUNB0RRBAGB লগতে 8099606379 নংত যোগাযোগ কৰিব পাৰিব ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শ্ৰীমন্ত শংকৰ একাডেমীৰ স্কুল বাছত ভয়ংকৰ বিসংগতি ! জিলা পৰিবহণ বিষয়াই জব্দ কৰিলে ১০খনকৈ বাছ…
- ২০ মে’ত দেশত পঞ্চম পৰ্যায়ৰ নিৰ্বাচন ! পঞ্চম পৰ্যায়ৰ নিৰ্বাচনতে ভাগ্য নিৰ্ণয় হ’ব বহু কেইগৰাকী হেভীৱেট প্ৰাৰ্থীৰ…
- দুশ বছৰীয়া পুৰণি মুগাৰ সাঁজ, হাতত গামখাৰু, গামোচা; খোপাত কপৌফুল গুজি ৰেড কাৰ্পেটত অভিনেত্ৰী আইমী বৰুৱা…
- কাছাৰত ১০৫ কোটি টকাৰ হেৰ’ইন জব্দ ! আৰক্ষীৰ অভিযানৰ ফটোৰে কাছাৰ আৰক্ষীক সামাজিক মাধ্যমত প্রশংসা মুখ্যমন্ত্ৰীৰ…
- গুৱাহাটী পৌৰ নিগমৰ সহকাৰী আয়ুক্তক নলাত জাবৰ পেলোৱাত বাধা দিয়াৰ বাবেই আক্ৰমণ…
- ভগৱান শ্ৰীকৃষ্ণৰ পৰা জীৱন যাপনৰ কিছু কলা শিকি লওক, প্ৰতিটো ক্ষেত্ৰতে লাভ কৰিব সফলতা…
- সাৱধান! খালী পেটেৰে দিনটোলৈ ঘৰৰ পৰা বাহিৰলৈ যায় নেকি? সোনকালে হ’ব পাৰে ৰুগীয়া…
- জেআাইচি ইন্টাৰনেচলেন মেঘা ইভেন মহিলা সমিতিৰ কাপোৰৰ মেলা অনুষ্ঠিত…
- অনুৰাগী অবাকঃ ভঙা হাতেৰে কাঁন চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ ঐশ্বৰ্য ৰায় বচ্চনৰ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দিষ্ট অসমৰ যুৱক গৌতম দাস…