বৃহত্তৰ ওৰাং অঞ্চলত নৱেম্বৰ মাহৰ ভিতৰত ১০০০ মূল্যবান গছপুলি ৰোপনৰ লক্ষ্যৰে এক বিৰামহীন অভিযান চলাইছে ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ শিবিৰত থকা ‘ফাৰ্ষ্ট বি এন এছ এছ বি’য়ে ।অঞ্চলটোৰ শিক্ষানুষ্ঠান, ধৰ্মানুষ্ঠান,অন্যান্য বিভিন্ন ৰাজহুৱা অনুষ্ঠান আদিত উপস্থিত হৈ সামৰিক কোম্পানীটোৱে সহকাৰী কমাণ্ডেণ্ট অনন্ত কুমাৰ চৌধুৰীৰ নেতৃত্বত নিজহাতে ইতিমধ্যে মূল্যবান গছপুলি ৰোপণ কৰি প্ৰকৃতি-পৰিৱেশ প্ৰেমৰ নিদৰ্শন প্ৰদৰ্শন কৰি আহিছে । ইয়াৰে আদৰণীয় অংশ ৰূপে আজি স্থানীয় বগৰীবাৰী,চমুৱা গাঁও আৰু ভোগদলত অৰ্জুন,নাহৰ ,বকুল ,নিম ,শিলিখা আদি ২৫০ মূল্যবান গছপুলি ৰোপণৰ হেতু 8 গাঁৱৰ ৰাইজক বিতৰণ কৰে । সামৰিক কোম্পানীটোৰ এই প্ৰকৃতি-পৰিৱেশ প্ৰেমক আদৰণিৰে শলাগ লৈছে অঞ্চলবাসীয়ে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…
- দুৰ্গম এলেকাৰ বিদ্যালয়ৰ আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে আগবাঢ়ি আহিল সমাজৰ কেইবাগৰাকীও মহানুভৱ ব্যক্তি…
- প্ৰশংসা : চৈয়দ আফতাদ হুছেইন…
- ৰাহুল গান্ধীক ব্ৰিটিছ নাগৰিক আখ্যা দি মনোনয়ন বাতিল কৰিবলৈ নিৰ্বাচন আয়োগৰ ওচৰত আবেদন…
- কামৰ কোনো সৰু বৰ নাইঃ ড০ বুলজিৎ বুঢ়াগোহাঁই…
- ধেমাজিত দীপান্বিতা ডেকাৰ সংগীতে মুগ্ধ কৰিলে হাজাৰ হাজাৰ দৰ্শকক…