প্ৰায় তিনি দিনলৈ নিতৌ দিঘলীয়া শাৰী পাতি ভেকচিন নাপাই ঘূৰি যোৱাৰ অভিযোগ কৰিছে একাংশই।”” সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ,এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা স্বাস্থ্য বিভাগ অহৰহ কষ্ট কৰি আহিছে।আৰু জনসাধাৰণক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ টীকাকৰণৰ বাধ্যতামূলক কৰিছে যদিও।ওদালগুৰি জিলাৰ অন্তৰ্গত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনস্থ কভিড ভেকচিন কেন্দ্ৰ সমুহত ক’ভিড ভেকচিনৰ নাটনি দেখা গৈছে।সীমিত সংখ্যকে পাই দৈনিক ভেকচিন, বহু সংখ্যকে নিতৌ পুৱা ৫ বজাৰে পৰা দীঘলীয়া শাৰীত অপেক্ষা কৰি ভেকচিন নাপাই ঘূৰি যাব লগা হৈছে। অধিকাংশই মাস্ক পাৰিধান নাই , নাই কোনো সামাজিক দূৰত্ব, শাৰী শাৰীকৈ লাইন পাতি ভেকচিন নাপাই উভটি যাব লগা হোৱাত ক্ষোভিত হৈছে জনসাধাৰণ।
সেয়েহে অসম চৰকাৰৰ স্বাস্থ্য বিভাগলৈ কাতৰ আহ্বান জনাই যে অতিশীঘ্ৰেই ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ভেকচিন কেন্দ্ৰ সমুহত পৰ্যাপ্ত পৰিমানৰ ভেকচিন নাটনিৰ সমস্যা দূৰ কৰিবলৈ ৰাইজৰ লগতে ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে চৰকাৰ ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষক আহ্বান জনাইছে ৷ যুৱ চামে ক’ভিড ভেকচিন লবলৈ অধিক আগ্ৰহী হোৱা দেখিবলৈ পোৱা গৈছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শাস্ত্ৰীয় নৃত্য উৎসৱত অংশগ্ৰহণ ৰাজ্যপালৰ গুলাব চান্দ কাটাৰিয়াৰ
- গুৱাহাটীত উদ্যোগ মন্ত্ৰী বিমল বড়াৰ নিৰ্বাচনী প্ৰচাৰ সভা
- ৬০ আসাম গাৰ্লছ বেটেলিয়ান এন চি চিৰ বাৰ্ষিক শিবিৰৰ সামৰণি
- ইউ পি পি এল – বি পি এফে হালবাই পদুম ফুলৰ খেতি কৰিব বিচাৰিছেঃ ভূপেন বৰা
- “তিনি গগৈ লগ লাগি উজনিৰ পৰা বিজেপি ছাফা কৰি আহিছো -অখিল গগৈ…
- মনৰ দৃঢ়তাৰে সপোনক বাস্তৱ কৰি চিকিৎসক হ’ল প্ৰিয়ম বৰা…
- এইবাৰ ভাৰতে টি-২০ বিশ্বকাপ ট্ৰফী লাভ কৰিব বুলি মই আশাবাদীঃ ৰিয়ান পৰাগ…
- MBBSৰ চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰত তৃতীয় স্থানেৰে টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে মধুসূদন কলিতাই…
- নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্টীয় সেৱা আঁচনি গোটৰ সপ্তাহ জোৰা সমাজসেৱা কাৰ্যসূচীৰ সফল সামৰণি…
- ৮৯ সংখ্যক জন্মদিনত অৱসৰী অধ্যাপক, কথাশিল্পী তথা লেখক ঘন হাজৰিকাক সম্বৰ্দ্ধনা…